సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : সূর্য্য উদয় হোৱা দিশ
ఉదాహరణ : ভাৰতৰ পূৱফালে অসম ৰাজ্য অৱস্থিত
పర్యాయపదాలు : ঐন্দ্র, দৃষ্ট, পূব, পূর্বাশা, পূৱ, পূৱ দিশ, প্রাচী, প্রাচ্য, ্ পুৰব
అర్థం : * নব্বৈ ডিগ্রীত থকা প্রধান দিক্্সূচক বিন্দু
ఉదాహరణ : পূব সদায় পূব দিশৰ ফালেই থাকে
పర్యాయపదాలు : পূব, পূৰব, পূৱ
అర్థం : যি আগফালৰ বা সন্মুখ ফালৰ
ఉదాహరణ : এই বাহনখনৰ অগ্রভাগ ভাঙিল
పర్యాయపదాలు : অগ্র, অগ্রিম, আগমুৱা, আগলি, আগৰ, সন্মুখস্থ, সন্মুখৰ, সন্মুখৱর্তী, ্অগ্রৱর্তী
అర్థం : যি প্রথমে কোনো পদত অধিষ্ঠিত হৈছিল, কিন্তু এতিয়া কোনো কাৰণত সেই পদত নাই
ఉదాహరణ : আজিৰ সভাত ভালেমান ভূতপূর্ব মন্ত্রীয়ে অংশগ্রহণ কৰিব
పర్యాయపదాలు : ভূতপূর্ব, ্প্রাক্তন
ఆప్ స్థాపించండి