అర్థం : পূজা কৰা
ఉదాహరణ :
শাওনত ভগৱান শিৱক খুব পূজা কৰা হয়
అర్థం : আৰাধনা বা উপাসনা কৰা
ఉదాహరణ :
গাঁৱৰ লোকসকলে নৱৰাত্রিত সময়ত গোটেই ৰাতি দেৱীৰ পূজা কৰে
అర్థం : ভক্তি অথবা শ্রদ্ধাৰে সৈতে কাৰোবাৰ সেৱা কৰা
ఉదాహరణ :
মই নিজ গুৰুক পূজা কৰোঁ
అర్థం : দেৱ-দেৱীক প্রসন্ন কৰিবলৈ শ্রদ্ধা, সন্মান, বিনয় আদি প্রকাশ কৰা:সন্তসকলে সদায় ভগৱানক পূজা কৰে
ఉదాహరణ :
పర్యాయపదాలు : অর্চ্্না কৰা, আৰাধনা কৰা, উপাসনা কৰা