సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : সন্তুষ্ট হৈ কাৰোবাক কোনো বস্তু বা দ্রৱ্য দিয়া
ఉదాహరణ : ৰজাই নর্তকীক মনে-বিচৰা বকচিচ দিলে
పర్యాయపదాలు : ইনাম, পাৰিতোষিক, বকচিচ
అర్థం : কোনো কামৰ স্বীকৃতি স্বৰূপে দিয়া সন্মান বা বস্তু আদি
ఉదాహరణ : স্বাধীনতা দিৱস উপলক্ষে সকলো বিদ্যালয়তে পুৰস্কাৰ দিয়া হয়
పర్యాయపదాలు : ইনাম, বঁট্া
అర్థం : বঁ্টা-বাহন সম্বন্ধীয়
ఉదాహరణ : মই পুৰস্কাৰৰ ধনখিনি আজি ্পর্যন্ত নাপালোঁ
ఆప్ స్థాపించండి