పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి পুনৰাবৃত্তি అనే పదం యొక్క అర్థం.

পুনৰাবৃত্তি   বিশেষ্য

అర్థం : কোনো পদৰ প্ৰথম অংশৰ পৰা কিছুমান বাক্য তাৰ পিছৰ ভাগত অৰ্থ স্পষ্ট কৰিবৰ কাৰণে অনা কাৰ্য

ఉదాహరణ : এই কবিতাটোত ভালেমান ঠাইত পুনৰাবৃত্তি হৈছে

అర్థం : বাৰে-বাৰে কৰা কোনো কামৰ অভ্যাস

ఉదాహరణ : এই বাক্যত ৰাম শ্্ব্দৰ পুনৰাবৃত্তি তিনিবাৰ হৈছে

పర్యాయపదాలు : আবৃত্তি

అర్థం : কোনো স্থানত কোনো নিয়ম বাৰে-বাৰে লগোৱা কার্য

ఉదాహరణ : ইয়াৰ পুনৰাবৃত্তি আৱশ্যক নহয়

అర్థం : কাৰোবাক কোৱা কোনো কথা পুনৰ দোহৰা কাৰ্য

ఉదాహరణ : মাকৰ মুখৰ পৰা শিশুৰ পুনৰাবৃত্তি শুনি তেওঁ হাঁহি দিলে

పర్యాయపదాలు : পুনৰকথন