సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : সৰু লʼৰা-ছোৱালীয় খেলিবৰ কাৰণে কাপোৰ প্লাষ্টিক আদিৰে মানুহৰ আকৃতিৰ নিচিনাকৈ সজা খেলা সামগ্রী
ఉదాహరణ : শিশুৱে পুতলা লৈ খেলি আছে
పర్యాయపదాలు : পুতলি, পুত্তলিকা
అర్థం : খেলাৰ কাৰণে বনোৱা বস্তু
ఉదాహరణ : লʼৰা-ছোৱালীবোৰে পুতলাৰে খেলি আছে
పర్యాయపదాలు : ক্রীড়নক, খেলনা
అర్థం : লʼৰা-ছোৱালীয়ে খেলিবৰ কাৰণে সাজি লোৱা কাপোৰ, কাগজ আদিৰ বস্তু
ఉదాహరణ : দেউতাই পৱনৰ কাৰণে এটা পুতলা কিনিলে
పర్యాయపదాలు : খেলনা
అర్థం : কাঠ, খেৰ, কাপোৰ আদিৰে বনোৱা মানুহ আকৃতিৰ বস্তু বিশেষ
ఉదాహరణ : দছেৰাৰ দিনা ৰাৱণৰ পুত্তলিকা দাহ কৰা হয়
పర్యాయపదాలు : পুত্তলিকা
ఆప్ స్థాపించండి