సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : উত্তম আচৰণৰ ফলস্বৰূপে পোৱা সুপৰিণাম
ఉదాహరణ : আপোনাৰ নিচিনা পৰোপকাৰী ব্যক্তিয়ে বহুত পুণ্য অর্জন কৰিব
అర్థం : যি ্ কর্মৰদ্ব্াৰা মন সন্তোষিত হয় বা স্বর্গল্াভ হʼব বুলি বিশ্বাস কৰা যায়
ఉదాహరణ : দুখীয়ালোকৰ সেৱা কৰাই সকলোতকৈ ডাঙৰ ধর্ম
పర్యాయపదాలు : ধর্ম, ধর্মকর্ম, ধৰম, পুণ্যকর্ম
అర్థం : যিটো শুভ বা ভাল হয়
ఉదాహరణ : শুভ কার্য আৰম্ভ কৰোঁতে পলম কৰিব নালাগে
పర్యాయపదాలు : মাংগলিক, শুভ
అర్థం : যি ্ধর্ম অনুসৰি শুদ্ধ বা মহত্ত্বপূর্ণ
ఉదాహరణ : কাশী এখন পৱিত্র ঠাই
పర్యాయపదాలు : নি্র্মল, পূত, পৱিত্র, শুদ্ধ, সাত্ত্বিক
ఆప్ స్థాపించండి