పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి পিয়াহ అనే పదం యొక్క అర్థం.

পিয়াহ   বিশেষ্য

అర్థం : নাৰীৰ স্তনদেশ

ఉదాహరణ : মাকে কেঁচুৱাটোক পিয়াহ খুৱাই আছে

పర్యాయపదాలు : কুচকুম্ভ, গাখীৰ, দুদু, পয়োধৰ, পয়োভাৰ, স্তন

అర్థం : মাইকী জাতিৰ গাখীৰ জমা হোৱা অংশ

ఉదాహరణ : মাকে নিজৰ স্তনৰ গাখীৰ নিজৰ কেচুৱাক খুৱায় গাই গৰুৰ ওহাৰ দেখি তাৰ পৰা গাখীৰ ওলাবনে নোলায় জানিব পাৰি

పర్యాయపదాలు : ওহাৰ, কুচকুম্ভ, পয়োধৰ, পয়োভাৰ, বাত, স্তন

అర్థం : নাৰীৰ দুগ্ধ উৎপাদক অংগ দুটাৰ প্রতিটো

ఉదాహరణ : এটা কণমানি লʼৰাই এগৰাকী তৰুণীৰ স্তন পান কৰি আছিল

పర్యాయపదాలు : পয়োধৰ, স্তন

అర్థం : পানী খোৱাৰ ইচ্ছা

ఉదాహరణ : নিজৰ পিয়াহ গুচাবলৈ তেওঁ্ পানী বিচাৰিবলৈ ধৰিলে

పర్యాయపదాలు : তৃষা, তৃষ্ণা, পানেচ্ছা, পিপাসা