సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কাগজ-পত্র অনা-নিয়া কৰা, বিষয়াৰ আদেশ মনা বা প্রয়োজন অনুসৰি:মোৰ কার্যালয়ৰ পিয়নজনৰ হাতত কিছুমান কামৰ দায়িত্ব ন্যস্ত থাকে
ఉదాహరణ :
పర్యాయపదాలు : চাপৰাচী, চাপৰাছী, পিয়াদা, ্ অর্ডালি
అర్థం : কার্যালয়ৰ চিঠিপত্র অনা-নিয়া আদি কাম কৰা কর্ম্্চাৰী
ఉదాహరణ : পিয়নজনে হাতত ফাইল লৈ দণ্ডাধিকাৰীৰ পিছে-পিছে গʼল
పర్యాయపదాలు : চাপৰাচী
అర్థం : চিঠি-পত্র, মানি-্অর্ডাৰ আদি ঘৰে ঘৰে দি ফুৰা ডাক বিভাগৰ কর্ম্্চাৰী
ఉదాహరణ : ডাকোৱালে ঘৰে ঘৰে ঘূৰি চিঠি-পত্র দি ফুৰে
పర్యాయపదాలు : ডাকোৱাল, পত্রবাহক, পোষ্টমেন
ఆప్ స్థాపించండి