అర్థం : কাৰোবাক কোনো বস্তু আদিৰে আঘাত কৰা
ఉదాహరణ :
পুলিচে চোৰটোক লাঠিৰে মাৰিছে
పర్యాయపదాలు : কোবোৱা, ধুলাই দিয়া, পিটন দিয়া, প্রহাৰ কৰা, মৰা
అర్థం : মৰিয়াই কোনো বস্তুক চেপেটা কৰা
ఉదాహరణ :
কমাৰে লোহাৰ সঁজুলি বনোৱাৰ সময়ত জুইত লোহা গৰম কৰি পিটে