అర్థం : বাৰে বাৰে থু পেলোৱা
ఉదాహరణ :
চাদা খাই তেওঁ থু থু কৰি আছে
పర్యాయపదాలు : থু থু কৰা, থু পেলাই থকা, থুওৱা
అర్థం : মুখেৰে থুই বা মুখত লোৱা কোনো বস্তু বাহিৰলৈ জোৰেৰে উলিয়াই দিয়া কার্য
ఉదాహరణ :
তেওঁ ্ পাণ খাই মোৰ চোলাটোতে থুৱাই দিলে
పర్యాయపదాలు : থুই পেলোৱা, থুওৱা, থুৱাই দিয়া