అర్థం : ঘোঁৰা গাড়ী আদিত ভৰি দিবৰ কাৰণে প্রস্তুত কৰা স্থান
ఉదాహరణ :
তেওঁ ্ঘোঁৰাগাড়ীত ভৰি ৰাখিবৰ কাৰণে পাৱদানীত ভৰি থʼলে
అర్థం : ভৰি থʼব পৰা আসন
ఉదాహరణ :
শ্যামাই আৰাম দিবৰ কাৰণে ভৰিদুখন পাওদানীত ৰাখিছে
పర్యాయపదాలు : পাওদানী
అర్థం : ভৰি থোৱা কোনো বস্তু বা স্থান
ఉదాహరణ :
পাওদানীৰ সুবিধা হোৱাৰ কাৰণে ভৰি দুখনে আৰাম পায়
పర్యాయపదాలు : পাওদানী