సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কোনো বস্তু আদিৰ কাষৰ সজ্জিত অংশ
ఉదాహరణ : এই ধুতিখনৰ কাষৰি বৰ ভাল লাগিছে
పర్యాయపదాలు : কাষৰি
అర్థం : শাৰী, ধুতি আদিৰ কিনাৰ যাৰ দীঘৰ কাষত বেলেগ ৰঙৰ সূতাৰে বোৱা বা চিলোৱা থাকে
ఉదాహరణ : তেওঁ ধুতিখনৰ পাৰিটো ফালি পেলাই দিলে
అర్థం : দাঁতৰ শাৰী
ఉదాహరణ : সীতাৰ দাঁতৰ পাৰি ডালিমৰ গুটিৰ নিচিনা
పర్యాయపదాలు : দাঁতৰ পাৰি
ఆప్ స్థాపించండి