సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : জীৱই গুহ্যদ্বাৰেৰে ত্যাগ কৰা বর্জিত পদার্থ
ఉదాహరణ : গাহৰিয়ে গুও খায়
పర్యాయపదాలు : অষ্ঠীলা, গু, পুৰীষ, বিষ্ঠা, মল, শৌচ
అర్థం : মল ত্যাগ কৰিবৰ কাৰণে সজা ঘৰ বা স্থান
ఉదాహరణ : সুলভ শৌচালয় সাধাৰণ ৰাইজৰ সুবিধাৰ কাৰণে সজা হৈছে
పర్యాయపదాలు : লেট্রিন, শৌচাগাৰ, শৌচালয়
ఆప్ స్థాపించండి