అర్థం : ফুল গছৰ সেই ৰং-চঙীয়া অংশ, যি মেল খালে বা প্রসাৰিত হʼলে ফুলৰ ৰূপ লয়
ఉదాహరణ :
লʼৰাটোৱে পদুমৰ পাহিবোৰ আজুৰিছে
పర్యాయపదాలు : দল
అర్థం : পৰস্পৰে লগ লাগি থকা কোনো বস্তুৰ সমান সমান খণ্ডৰ প্রত্যেকটো, যি ্ হেঁচ্া পৰিলে ভাগ হৈ যায়
ఉదాహరణ :
ৰহৰ, বুটমাহ আদিত দুটা পাহি থাকে
పర్యాయపదాలు : বীজপত্রী