సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : চিত হৈ জিৰণি লোৱা বা শোৱা আচবাব
ఉదాహరణ : মাকে কেঁচুৱাটোক বিচনাত শুৱাই দিলে
పర్యాయపదాలు : খাট, ঢাৰিপাটি, পালঙ্ক, বিচনা, শয্যা, শেতেলী, শোৱাপাটি
అర్థం : এক প্রকাৰৰ শাক
ఉదాహరణ : মায়ে আজিৰ ্ সাঁজত পালেং আৰু ৰুটি বনাইছে
పర్యాయపదాలు : পালেং শাক
అర్థం : মানুহে শোৱাৰ কাৰণে নি্র্মাণ কৰি লোৱা আচবাব বিশেষ
ఉదాహరణ : তেওঁ ঘৰৰ ্বাহিৰৰ বিছনাত শুই আছিল
పర్యాయపదాలు : খাটিয়া, পাটী, বিছনা, শয্যা, শেতেলি
ఆప్ స్థాపించండి