పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి পালন কৰা అనే పదం యొక్క అర్థం.

পালন কৰা   ক্ৰিয়া

అర్థం : কাৰোবাৰ কথা, আদেশ আদিৰ অনুসৰি কাম কৰা

ఉదాహరణ : তেওঁ ্মোৰ আজ্ঞা পালন নকৰিলে

పర్యాయపదాలు : মানি চলা

అర్థం : পশু, পক্ষী আদিক নিজৰ ওচৰত খুৱাই-বোৱাই ৰখা:কোনো কোনো লোকে চখতে কুকুৰ, মেকুৰী, ভাটৌ আদি পোহে

ఉదాహరణ :

పర్యాయపదాలు : পালা, পোহ-পাল দিয়া, পোহা

అర్థం : চৰিতার্থ ্কৰা

ఉదాహరణ : তেওঁৰ ্ৰামৰ অভিনয় বৰ ভালদৰে কৰিলে

పర్యాయపదాలు : কৰা

అర్థం : কোনো ব্যক্তি বা বস্তু আদিৰ ধ্যান ৰখা

ఉదాహరణ : মোৰ বোৱাৰীজনীয়ে এতিয়া চাকৰি বাদ দি লʼৰা-ছোৱালী তথা ঘৰখন চম্ভালে

పర్యాయపదాలు : চকু-কাণ দিয়া, চম্ভালা, দায়িত্ব বহন কৰা

అర్థం : ভোজন,বস্ত্র আদি দি জীৱন ৰক্ষা কৰা

ఉదాహరణ : সকলোৰে মাক-দেউতাকে নিজৰ শকতি অনুযায়ী লʼৰা-ছোৱালীৰ লালন-পালন কৰে

పర్యాయపదాలు : প্রতিপালন কৰা, লালন-পালন কৰা