పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి পার্টী అనే పదం యొక్క అర్థం.

পার্টী   বিশেষ্য

అర్థం : ৰাজনীতিৰ সৈতে সম্পর্কিত বা ৰাজনৈতিক ক্রিয়া-কলাপত ভাগলোৱা ব্যক্তিৰ দল

ఉదాహరణ : ভাৰতত ৰাজনৈতিক দল কাঠফুলাৰ দৰে হʼবলৈ ধৰিছে

పర్యాయపదాలు : ৰাজনৈতিক দল

అర్థం : কোনো বিশেষ মতৰ সমর্থন ্কৰা লোকৰ সমূহ

ఉదాహరణ : আপুনি কোন দলৰ প্রতিনিধিত্ব কৰিছে

పర్యాయపదాలు : দল, পক্ষ

అర్థం : যিজন ব্যক্তিয়ে ন্যায়িক তদন্তত ভাগ লয়

ఉదాహరణ : আজি আদালতত প্রথমটো পার্টী অনুপস্থিত আছিল

పర్యాయపదాలు : পক্ষ

అర్థం : কোনো বিশেষ কার্য, প্রদর্শন, ব্যৱসায় আদিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ

ఉదాహరణ : আমাৰ চহৰত চিত্রকূটৰ ৰাম-লীলা দল আহি আছেহি

పర్యాయపదాలు : দল, মণ্ডলী, সংঘ, সঙ্ঘ

అర్థం : আনন্দ লাভ কৰিবৰ বাবে একত্রিত হোৱা মানুহৰ সমূহ

ఉదాహరణ : তেওঁ ্খাই উঠি পার্টীত যোগ দিলে

పర్యాయపదాలు : দল