పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి পাপাত্মা అనే పదం యొక్క అర్థం.

পাপাত্মা   বিশেষ্য

అర్థం : যি পাপ কৰে বা পাপ কৰা ব্যক্তি

ఉదాహరణ : পাপীৰ জীৱন অশান্তিৰে ভৰি থাকে

పర్యాయపదాలు : পাতকী, পাপকর্মী, পাপাচাৰী, পাপী

পাপাত্মা   বিশেষণ

అర్థం : যিজন দুষ্ট আৰু নীচ প্রকৃতিৰ

ఉదాహరణ : দুৰাত্মা ৰাৱণে সীতা হৰণ কৰিছিল

పర్యాయపదాలు : দুষ্টমতি, দুৰাত্মা

అర్థం : যি পাপ কৰে বা পাপ কৰোতা

ఉదాహరణ : ধার্মিক গ্রন্থত বর্ণিত আছে যে যেতিয়া পৃথিৱীত পাপ বাঢ়ি যায়, তেতিয়া ভগৱানে অৱতাৰ ধাৰণ কৰি পাপী ব্যক্তিসকলৰ সংহাৰ কৰে

పర్యాయపదాలు : অধম, অনাচাৰী, দুষ্টাচাৰী, দুৰাচাৰী, নীচ, নীতিভ্রষ্ট, পাতকী, পাপবুদ্ধি, পাপমতি, পাপিষ্ঠ, পাপী, ্অধর্মী