పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి পানী అనే పదం యొక్క అర్థం.

পানী   বিশেষ্য

అర్థం : পানীৰ দৰে হৈ পৰা পাতল বস্তু

ఉదాహరణ : ৰমেশৰ তেজ পনীয়া হৈ গৈছে এইখিনি গাখীৰ নহয় পানী

పర్యాయపదాలు : পনীয়া

అర్థం : মেঘৰ পৰা পৰি সাগৰ নদী, পুখুৰী আদি ভৰা এবিধ জুলীয়া বস্তু যাক খোৱা, ধোৱা আদি কামত ব্যৱহাৰ কৰা হয়

ఉదాహరణ : পানীয়েই প্রাণীৰ প্রাণ পৃথিৱীৰ চাৰিভাগৰ তিনিভাগেই পানী

పర్యాయపదాలు : অপ, অম্বু, অম্ভ, উদক, জল, নীৰ, পয়, বাৰি, সলিল

అర్థం : ধাৰাল হাথিয়াৰৰ সেই অংশ যাৰ দ্বাৰা তাৰ উত্তমতা প্ৰকাশিত

ఉదాహరణ : এই তৰোৱালখনৰ পানী চাবলগীয়া

పర్యాయపదాలు : ধাৰ

అర్థం : মুখ, চকু, ঘা আদিৰ পৰা বিৰিঙি থকা তৰল পদার্থ

ఉదాహరణ : তেওঁৰ দুয়োটা চকুৰ পৰা অনবৰতে পানী ওলাই আছে