అర్థం : কাহিনী, উপন্যাস আদিত থকা সেই ব্যক্তি যাৰ কথাবস্তুত কোনো স্থান আছে
ఉదాహరణ :
নাটকৰ সকলো চৰিত্রই জীৱন্ত অভিনয় কৰিলে
పర్యాయపదాలు : চৰিত্র
అర్థం : কিবা লোৱা বা পোৱাৰ যোগ্য ব্যক্তি
ఉదాహరణ :
দান যোগ্য ব্যক্তিকহে দিয়া উচিত
పర్యాయపదాలు : যোগ্য ব্যক্তি