సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : পাতল হোৱা অৱস্থা বা ভাব
ఉదాహరణ : চিফনৰ কাপোৰ মিহি হয়
పర్యాయపదాలు : মিহি
అర్థం : যʼত পানীৰ পৰিমাণ বেছি আছে
ఉదాహరణ : মʼহৰ তুলনাত গৰুৰ গাখীৰ বেছি পাতল
పర్యాయపదాలు : পাতলা
అర్థం : যি চিন্তা, দুখ, কষ্ট আদিৰ পৰা মুক্ত হয়
ఉదాహరణ : নিজৰ মনৰ কথা কৈ দিয়াৰ পিছত এতিয়া মই পাতল হৈ গʼলো
పర్యాయపదాలు : সহজ
అర్థం : যিটো কম ওজনৰ বা বেছি গধুৰ নহয়
ఉదాహరణ : তেওঁৰ সোঁহাতত এটা পাতল জোলোঙা ওলমি আছিল
పర్యాయపదాలు : অগধুৰ, ফিৰফিৰীয়া, ভাৰহীন, লঘু, হাল্কা
అర్థం : যাৰ স্থূলতা বা ব্যাস কম
ఉదాహరణ : এই কাপোৰখন বৰ পাতল
ఆప్ స్థాపించండి