అర్థం : পাতৰ নিচিনা এক ধৰণৰ চাৰিচুকীয়া বস্তু
ఉదాహరణ :
তেওঁ ফাৰ্মাচিৰ পৰা এক পাট্টা টেবলেট কিনিলে
పర్యాయపదాలు : পাট্টা
అర్థం : কোনো কিতাপ বা বহী আদিত লগাই থোৱা বস্তু যাৰ দুয়োফালে কিবা লিখা থাকে বা লিখা হয়
ఉదాహరణ :
লʼৰাটোৱে এই কিতাপখনৰ এটা পাত ফালি পেলালে
పర్యాయపదాలు : পৃষ্ঠা
అర్థం : কাগজৰ সমান পাতল ধাতুৰ পাত
ఉదాహరణ :
তেওঁ ্ধাতুৰ পাতত লক্ষ্মীৰ ছবি অংকন কৰালে
పర్యాయపదాలు : পত্র