సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কাঠ, কাপোৰ, ধাতু আদিৰ পাতল, চেপেটা আৰু দীঘল টুকুৰা
ఉదాహరణ : বাঢ়ৈয়ে কাঠৰ পাটবোৰ একগোট কৰি আছে
అర్థం : যি সাঁচ বা কাথামোৰ ওপৰত বহি ৰাজমিস্ত্ৰী বা কাৰিকৰে কাম কৰে
ఉదాహరణ : ৰাজমিস্ত্ৰিয়ে পীৰাৰ পৰা নামি কথা কʼবলৈ ধৰিলে
పర్యాయపదాలు : পীৰা
అర్థం : একপ্রকাৰ বিশেষ ধৰণৰ পলুৰ পৰা হোৱা মিহি, চিকমিকীয়া আৰু দৃঢ় সূতা
ఉదాహరణ : এইয়া পাটৰ পৰা তৈয়াৰ কৰা কাপোৰ
పర్యాయపదాలు : চিল্ক, ৰেচম, ৰেছম
ఆప్ స్థాపించండి