అర్థం : ভাৰতবর্ষৰ ্পঞ্জাৱ ৰাজ্যৰ ভাষা
ఉదాహరణ :
এই কিতাপখন পাঞ্জাৱীত লিখা হৈছে
పర్యాయపదాలు : পাঞ্জাৱী ভাষা, পাঞ্জাৱী-ভাষা
అర్థం : পাঞ্জাৱৰ অধিবাসী
ఉదాహరణ :
ভালেমান পাঞ্জাৱী এই সংস্থাটোৰ সদস্য
పర్యాయపదాలు : পাঞ্জাৱ বাসী, পাঞ্জাৱ-বাসী, পাঞ্জাৱবাসী
అర్థం : পাঞ্জাৱৰ সৈতে সম্বন্ধ থকা
ఉదాహరణ :
চর্দাৰজনে পাঞ্জাৱী বেশ-ভূষা পিন্ধি আছিল
అర్థం : পঞ্জাৱত থকা বা বসতি কৰা
ఉదాహరణ :
সকলো পাঞ্জাৱী বন্ধুৰ প্রতি মোৰ এটা বিনম্র অনুৰোধ যে আপোনালোকে শান্তি বজায় ৰখাত সহায় কৰক
అర్థం : পাঞ্জাৱী ভাষাৰ সৈতে সম্বন্ধ থকা বা পাঞ্জাৱী ভাষাৰ
ఉదాహరణ :
গুৰুমুখী নজনাৰ কাৰণে মই পাঞ্জাৱী ৰচনা পঢ়িব নোৱাৰোঁ