పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి পাগল అనే పదం యొక్క అర్థం.

পাগল   বিশেষ্য

అర్థం : মন আৰু বুদ্ধিয়ে ভাৰসাম্যতা হেৰুওৱা মগজুৰ এক প্রকাৰ ৰোগ:অতিমাত্রা শোকে তেওঁক ্পাগল কৰি তুলিলে

ఉదాహరణ :

పర్యాయపదాలు : উন্মত্ত, উন্মাদ, পগলা, বলিয়া, বাউল, বাতুল

అర్థం : যিজন ব্যক্তিৰ মগজুৱে কাম কৰিবলৈ এৰি দিছে

ఉదాహరణ : ৰাষ্টাত এজন পাগল ব্যক্তি নিজে নিজৰ লগত কথা পাতি গৈ আছিল

పర్యాయపదాలు : পাগল ব্যক্তি

পাগল   বিশেষণ

అర్థం : যাৰ মানসিক সন্তুলন নোহোৱা হৈছে

ఉదాహరణ : বলীয়া কুকুৰে কামোৰাৰ কাৰণে সংগীতা পাগলী হʼল

అర్థం : ক্রোধ, প্রেম আদিৰ কাৰণে যি অচেতন হৈ থাকে

ఉదాహరణ : ক্রোধত পাগল ব্যক্তিয়ে যিকোনো কাম কৰি পেলাব পাৰে

పర్యాయపదాలు : বাউল

అర్థం : মগজুৰ বিকৃতি ঘটা

ఉదాహరణ : চকুৰ আগতে নিজৰ ঘৰখন থানবান হৈ যোৱা দেখি শ্যাম পাগল হৈ গৈছে

పర్యాయపదాలు : অলিয়া-বলিয়া, উন্মত্ত, উন্মাদ, পগলা, বলিয়া, বলিয়া-বতীয়া, বাউল, বাতুল