సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : চৰাইৰ বাহিৰৰ আৱৰণক বনোৱা পাতল আৰু জল নিৰোধক গঠন
ఉదాహరణ : কৃষ্ণই মূৰত ময়ুৰৰ পাখি ধাৰণ কৰিছিল
అర్థం : চৰাই, কিছুমান পতংগ আদিৰ উৰিবলৈ সহায়ক হোৱা অংগ
ఉదాహరణ : চিকাৰীজনে তৰোৱালেৰে চৰাইটোৰ দুয়োখন ডেউকা কাটি দিলে
పర్యాయపదాలు : ডানা, ডেউকা, ডৌকা, পক্ষ, পখা
ఆప్ స్థాపించండి