అర్థం : বেমাৰী পশুৰ চিকিৎসা কৰা কার্য
ఉదాహరణ :
এই গাঁওখনৰ লোকে পশু-চিকিৎসাৰ কাৰণে নিজৰ পোহনীয়া পশুবোৰলৈ চহৰলৈ যাবলগীয়া হয়
పర్యాయపదాలు : পশুচিকিৎসা
అర్థం : পশু-চিকিৎসাৰ বা পশু-চিকিৎসা সম্বন্ধীয়
ఉదాహరణ :
পশু-চিকিৎসা বিষয়াই গাওঁ্বাসীক কিছুমান নতুন পশু ৰোগৰ পৰা পশুবোৰক বচোৱাৰ উপায় দিলে
పర్యాయపదాలు : পশু-চিকিৎসকীয়