సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : ভয় খাই বিপদজনক ঠাইৰ পৰা বা নিজৰ ্ কর্তব্য আদিৰ পৰা বিমুখ হৈ আৰু লোকচক্ষুৰ পৰা আঁৰ হৈ গুচি যোৱা
ఉదాహరణ : কয়দীজন জেলৰ পৰা পলাই গʼল
పర్యాయపదాలు : পলায়ন কৰা, পলোৱা
అర్థం : পৰ-পুৰষৰ সৈতে স্ত্রী গুচি যোৱা কার্য
ఉదాహరణ : সীমা মোৰ ড্রাইভাৰটোৰ লগত পলাল
పర్యాయపదాలు : পলাল, ভাগি যোৱা
అర్థం : মনে মনে গুচি যোৱা
ఉదాహరణ : সি মোৰ টকা-পইচা লৈ পলাই গʼল
పర్యాయపదాలు : উধাও হোৱা
ఆప్ స్థాపించండి