పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి পর্ব అనే పదం యొక్క అర్థం.

পর্ব   বিশেষ্য

అర్థం : ইতিহাসৰ বা ব্যক্তিৰ জীৱনৰ এক নিশ্চিত সময়

ఉదాహరణ : মুম্বাইৰ ঘটনাবোৰে এক নতুন ভয়াবহ অধ্যায়ৰ আৰম্ভ কৰি দিলে

పర్యాయపదాలు : অধ্যায়, খণ্ড

అర్థం : উলহ-মালহেৰে পালন কৰা কোনো ডাঙৰ জাতীয়, ধার্মিক বা সামাজিক মাঙ্গলিক বা শুভ কার্য

ఉదాహరణ : স্বাধীনতা দিৱস আমাৰ ৰাষ্ট্রীয় উৎসৱ

పర్యాయపదాలు : উছৱ, উৎসৱ, পৰব, ্উৎসৱ-পার্বণ

అర్థం : ৰাজনৈতিক বা সামাজিক জীৱনৰ সৈতে সম্বন্ধযুক্ত কোনো বিধান বা নিয়ম

ఉదాహరణ : বিবাহ হিন্দু সংস্কৃতিৰ ্ এক ধর্মীয় অনুষ্ঠান

పర్యాయపదాలు : অনুষ্ঠান, অনুষ্ঠান-পর্ব, পৰব, ্সকাম

అర్థం : কোনো কাম এবাৰ আৰম্ভ হৈ নির্দিষ্ট সময়লৈকে সমানভাৱে চলি থকা সময়ৰ এক পৰিমাপ

ఉదాహరణ : বিদ্যালয়ৰ বর্ষাঙ্ক শেষ হʼবলৈ আৰু বেছি দিন নাই

పర్యాయపదాలు : বর্ষাঙ্ক