అర్థం : যিজন সৈনিকৰ ওচৰত ্ ঘোঁৰা বা কোনো বাহন নাথাকে
ఉదాహరణ :
সেনা অভিযানৰ সময়ত শত্রুপক্ষৰ শ-শ পদাতিক সৈন্য হতাহত হৈছিল
పర్యాయపదాలు : পদাতিক সেনা
అర్థం : দাবাখেলত থকা গুটিসমূহৰ মাজৰ আঠটা গুটি বিশিষ্ট সংখ্যা যাৰ মান সকলোতকৈ
ఉదాహరణ :
দাবাখেলত পদাতিক সৈন্য সদায় পোনে পোনে তথা বেঁ্কাকৈ যায়
అర్థం : ভৰিৰে খোজকাঢ়ি যুদ্ধ কৰা সৈনিক
ఉదాహరణ :
প্রাচীনকালৰ যুদ্ধত পদাতিকৰ যথেষ্ট প্রভাৱ আছিল
పర్యాయపదాలు : পদাতি, পদাতিক সেনা