సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যোগ্যতা অনুসৰি ্কর্ম্্চাৰীয়ে লাভ কৰা স্থান
ఉదాహరణ : আপুনি এই সংস্থাটোৰ কোনটো পদত আছে
పర్యాయపదాలు : স্থান
అర్థం : যি অংগৰ দ্বাৰা প্রাণীয়ে থিয় হʼব পাৰে আৰু চলা-ফুৰা কৰিব পাৰে
ఉదాహరణ : মোৰ ভৰিৰ বিষ হৈছে ভকতে গুৰুৰ পদ-সেৱা লৈছে চৰণেহে জানে মৰণৰ ঠাই
పర్యాయపదాలు : অধমাঙ্গ, চৰণ, জানু, ঠেং, ভৰি
అర్థం : গভীৰ ভাবদ্যোতক ছন্দোবদ্ধ ৰসাত্মক ৰচনা
ఉదాహరణ : কবিতা ৰচনা কৰা লোকক কবি বোলে
పర్యాయపదాలు : কবিতা, কাব্য, পদ্য
అర్థం : কোনো বিশেষ অর্থ ্থকা শ্্ব্দ বা শ্্ব্দ-সমূহ
ఉదాహరణ : জতুৱা ঠাঁচৰ গণনা পদৰ ভিতৰত কৰা হয়
అర్థం : গোৱা কার্য ্বা ভাব
ఉదాహరణ : আমি আজি পণ্ডিত যশৰাজৰ গীতৰ আনন্দ লʼম
పర్యాయపదాలు : কথা, গানবাজনা, গীত, গীতবাজনা, গীতবাদ্য, গীতমাত, গীতি, ধুন, বোল, সংগীত, সঙ্গীত
అర్థం : মানুহৰ ভৰিৰ সকলোতকৈ তলৰ অংশ যাৰ ওপৰত ভৰ দি মানুহে থিয় হʼব পাৰে আৰু খোজ কাঢ়িব পাৰে
ఉదాహరణ : কর্ম্্চাৰীজনে বিষয়াজনৰ ভৰিত পৰি কাকূতি কৰিবলৈ ধৰিলে
పర్యాయపదాలు : চৰণ, পাদ, পাৱ, ভৰি
ఆప్ స్థాపించండి