సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : দীঘল আৰু বহল সমতল ভূমি
ఉదాహరణ : লʼৰা-ছোৱালীবোৰে পথাৰত খেলি আছে
పర్యాయపదాలు : ক্ষেত্র, প্রাঙ্গণ, প্রাঙ্গন, প্রান্তৰ, ময়দান
అర్థం : শস্য উৎপাদন কৰিবলৈ খেতিৰ চাৰিওফালে জেওৰা আদিৰে ঘেৰি দিয়া ঠাই
ఉదాహరణ : এই খেতিপথাৰখন যথেষ্ট সাৰুৱা
పర్యాయపదాలు : খেতি পথাৰ, খেতি মাটি, খেতি-পথাৰ, খেতিপথাৰ, ভূঁই, শস্যক্ষেত্র
ఆప్ స్థాపించండి