అర్థం : বিশেষকৈ নি্র্ধাৰিত সময়ত প্রকাশিত হোৱা এক বিশেষ প্রকাৰৰ পুস্তক যʼত কোনো সংবাদ, বার্তা বা কাৰোবাৰ বিচাৰৰ বর্ণন ্থাকে
ఉదాహరణ :
তেওঁ আলোচনী পঢ়িবলৈ ভাল পায়
పర్యాయపదాలు : আলোচনী
అర్థం : লিখা কাগজ আদি, বিশেষভাৱে সেই কাগজ যʼত কোনো বিষয়ৰ লগত সম্বন্ধ থকা কোনো মহত্ত্বপূর্ণ কথা লিখা থাকে
ఉదాహరణ :
তেওঁৰ প্রৱেশ পত্রখন কʼৰবাত হেৰাল
పర్యాయపదాలు : পত্র