సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : কাৰোবালৈ খবৰ-বাতৰি জনাই লিখা বা বিৱৰণ আদি লিখা কাগজ
ఉదాహరణ : বন্দনাই নিজৰ প্রবাসী ভায়েকলৈ নিয়মীয়াকৈ চিঠি লিখে মন্ত্রীয়ে ৰাজদৰবাৰত দূতে অনা পত্র পঢ়িবলৈ ধৰিলে
పర్యాయపదాలు : খত, চিঠি, চিঠি-পত্র, পত্রিকা
అర్థం : গছ-গছনি, লতিকা আদিৰ ঠাল-ঠেঙুলিত লাগি থকা বিশেষকৈ সেউজীয়া বা বিভিন্ন ৰঙৰ পাতল, চেপেটা অৱয়ব
ఉదాహరణ : তেওঁ ্ বাগিচাত পৰা শুকান পাতবোৰ সাৰি আছে
పర్యాయపదాలు : দল, পর্ণ, পাত
అర్థం : লিখা কাগজ আদি, বিশেষভাৱে সেই কাগজ যʼত কোনো বিষয়ৰ লগত সম্বন্ধ থকা কোনো মহত্ত্বপূর্ণ কথা লিখা থাকে
ఉదాహరణ : তেওঁৰ প্রৱেশ পত্রখন কʼৰবাত হেৰাল
పర్యాయపదాలు : পত্রিকা
అర్థం : কাগজৰ সমান পাতল ধাতুৰ পাত
ఉదాహరణ : তেওঁ ্ধাতুৰ পাতত লক্ষ্মীৰ ছবি অংকন কৰালে
పర్యాయపదాలు : পাত
ఆప్ స్థాపించండి