సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যিটো স্পর্শ ্ কৰা ঠিক নহয় বা যোগ্য নহয়
ఉదాహరణ : শিক্ষাহীনতাৰ কাৰণে আজিও গ্রামাঞ্চলত অনুসূচিত জাতি আৰু জনজাতিক অস্পৃশ্য গণ্য কৰা হয়
పర్యాయపదాలు : অচ্ছুৎ, অস্পৃশ্য, নিকৃষ্ট
అర్థం : যিটোৰ অৱনতি ঘটিছে বা যাৰ ব্যৱহাৰ ভাল নহয়
ఉదాహరణ : অধঃপতিত লোকে সমাজক ৰসাতললৈ নিয়ে
పర్యాయపదాలు : অধঃপতিত, অধোগত, অৱনত, অৱনমিত
అర్థం : সঠিক দিশ বা পথৰ পৰা আঁতৰি অহা
ఉదాహరణ : আজিৰ পথভ্রষ্ট সমাজক সঠিক পথ দেখুওৱাটো জৰুৰী হৈ পৰিছে
పర్యాయపదాలు : পথভ্রষ্ট, ভ্রষ্ট
ఆప్ స్థాపించండి