సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : এডাল মাৰিৰ মূৰত লগোৱা তিনিকোণীয়া বা চাৰিকোণীয়া প্রতীকসূচক কাপোৰ যাক অস্তিত্ব, সংকেত বুজাবলৈ আৰু উৎসৱ-অনুষ্ঠান আদিত ব্যৱহাৰ কৰা হয়
ఉదాహరణ : ভাৰতৰ ৰাষ্ট্রীয় পতাকাৰ তিনিটা ৰঙৰ মাজত এটা চক্রৰ চিহ্ন আছে
పర్యాయపదాలు : ধ্বজা, নিচান, বৈজয়ন্তী
అర్థం : নিচানৰ কাপোৰ
ఉదాహరణ : তেওঁ ৰঙা পতাকা কিনিলে
ఆప్ స్థాపించండి