సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : খোজকাঢ়োতে মাটি ্ স্পর্শ ্ কৰা ভৰিৰ একেবাৰে তলৰফালে থকা অংশ
ఉదాహరణ : তেওঁৰ ভৰিৰ পতাত কিহবাই বিন্ধিলে
పర్యాయపదాలు : চৰণতল, পদতল, পাদতল, পাদমূল, ভৰিৰ তলুৱা, ভৰিৰ পতা
అర్థం : চকুৰ ওপৰৰ ছালৰ আচ্ছাদন যি নামি আহিলে চকু জাপ খাই যায়
ఉదాహరణ : কেচুৱাটোৱে বাৰে-বাৰে চকুৰ পতা মাৰি আছে
పర్యాయపదాలు : চকুৰ পতা, নেত্রপল্লৱ
అర్థం : অনুকূল হোৱা
ఉదాహరణ : আৰে ! সেই ছোৱালীজনী পতি গʼল
ఆప్ స్థాపించండి