అర్థం : লেখা বা লিখিত শ্্ব্দৰ উচ্চাৰণ কৰা কার্যএ
ఉదాహరణ :
মোহিতে দেউতাকৰ পত্র পঢ়ি আছে
అర్థం : কাৰোবাক শুনাবৰ কাৰণে বা স্মৰণশক্তিৰে বা কিতাপ আদিৰ পৰা মন্ত্র, কবিতা আদি কোৱা
ఉదాహరణ :
জাহ্নৱীয়ে আদি শংকৰাচার্যৰ ভজগোবিন্দম স্বামীজীৰ আগত পঢ়িলে
అర్థం : কিতাপ বা ৰচনা আদিত লিখিত কথাৰ জ্ঞান লাভ কৰিবলৈ তাক চকু ফুৰোৱা কার্য
ఉదాహరణ :
আমি ভ্রমণ কৰা সময়ত কাকত-আলোচনী পঢ়ো
అర్థం : শিক্ষা বা জ্ঞান লাভৰ কাৰণে গ্রন্থ আদি বহুবাৰ পঢ়া কার্য
ఉదాహరణ :
পৰীক্ষাৰ আগত তেওঁ সকলো বিষয় ভালদৰে পঢ়িছে
పర్యాయపదాలు : অধ্যয়ন কৰা