సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যʼত কোনো বস্তু ৰখা যায়
ఉదాహరణ : কেংগাৰুৰ গাত প্রাকৃতিকভাৱেই জোলোঙা থাকে
పర్యాయపదాలు : জুলি, জোলোঙা, সৰু মোনা
అర్థం : পিন্ধা কাপোৰত সৰু-সুৰা বস্তু ভৰাবৰ কাৰণে কৰি লোৱা সৰু মোনা
ఉదాహరణ : এটা জেপলুৰুকাই মোৰ জেপত থকা টকাখিনি লৈ গʼল
పర్యాయపదాలు : জেপ, জেলেপ
ఆప్ స్థాపించండి