అర్థం : নৰৱেৰ লোকসকলৰ ভাষা
ఉదాహరణ :
তেওঁ নৰৱেজিয়ান ভালদৰে জানে
పర్యాయపదాలు : নৰৱেজিয়ান ভাষা, নৰৱেজিয়ান-ভাষা
అర్థం : নৰৱে সম্বন্ধী বা নৰৱেৰ
ఉదాహరణ :
এইটো এক প্রকাৰৰ নৰৱেজিয়ান ভোজন
అర్థం : নৰৱেজিয়ান ভাষা সম্বন্ধী বা নৰৱেজিয়ান ভাষাৰ
ఉదాహరణ :
এই নৰৱেজিয়ান কবিতাটোৰ কথাই বেলেগ