పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి ন্যায়াধীশ అనే పదం యొక్క అర్థం.

ন্যায়াধীশ   বিশেষ্য

అర్థం : যিজন চৰকাৰী বিষয়াৰ সন্মুখত অপৰাধীৰ অভিযোগ আদিৰ বিচাৰ আৰু ৰায় দিয়াৰ কাৰণে হাজিৰ কৰা হয় আৰু যিজনে প্রশাসনিক কাম-কাজ আদিও কৰে

ఉదాహరణ : ন্যায়াধীশৰ অনুপস্থিতিৰ কাৰণে আজি শুনানী লʼব পৰা নগʼল

పర్యాయపదాలు : দণ্ডাধীশ, মেজিষ্ট্রেট

అర్థం : আদালতৰ সোধ লোৱা বিচাৰক যিয়ে কোনো গোচৰৰ ৰায় প্রদান কৰে

ఉదాహరణ : বিশ্বাসী আৰু সৎ ব্যক্তিহে এজন ভাল ন্যায়াধীশ হʼব পাৰে

పర్యాయపదాలు : জজ, হাকিম