అర్థం : চৰকাৰে প্রচলন কৰা এক বিশেষ ধৰণৰ কাগজ যʼত টকাৰ সংখ্যা ছপা কৰা থাকে আৰু যাক টকাৰ মুদ্রাৰ সমৰূপত চলোৱা হয়
ఉదాహరణ :
তেওঁ ্ মোক এশ এশকৈ নোটবোৰ দেখুৱাই আছিল
అర్థం : কোনো ব্যাখ্যা আদিৰ সংক্ষিপ্ত আলেখ্য
ఉదాహరణ :
তুমি মোক সেইদিনাৰ পাঠদানৰ নোটখিনি দিব পাৰিবানে ?
పర్యాయపదాలు : টোকা
అర్థం : মনত ৰাখিবৰ বাবে লিখি বা ওলমায় ৰখা বস্তু
ఉదాహరణ :
নোটটো ফ্রিজৰ ওপৰত লগায় দিবা
పర్యాయపదాలు : টোকা