అర్థం : যি ৰাজনীতিৰ ক্ষেত্রত আগুৱাই লৈ যায়
ఉదాహరణ :
সংসদ গৌৰৱ অক্ষুণ্ণ ৰখাটো নেতাসকলৰ হাতত আছে
అర్థం : যিজন ব্যক্তি সকলোতে মুখ্য বা প্রধান
ఉదాహరణ :
মোহন এই সংগঠনটোৰ প্রধান ব্যক্তি
పర్యాయపదాలు : চর্দাৰ, প্রধান ব্যক্তি
అర్థం : কোনো ক্ষেত্র বা বিষয়ত কাৰোবাক নেতৃত্ব দিয়া লোক
ఉదాహరణ :
বাজপেয়ী এগৰাকী ভাল নেতা
పర్యాయపదాలు : নায়ক