పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి নেট అనే పదం యొక్క అర్థం.

নেট   বিশেষ্য

అర్థం : কাপোৰ, সুতা, তাৰ বা ৰচী আদিৰে এটি নির্দিষ্ট দূৰত্বত গোঁথা বস্তু

ఉదాహరణ : ফলৰ দোকানত কিছুমান ফল জালত ওলোমাই থোৱা আছিল

పర్యాయపదాలు : জাল

అర్థం : কাপোৰ আদিৰ পৰা তৈয়াৰী এবিধ খেলৰ সামগ্রী যি টেনিছ আদি খেলত খেলপথাৰক ভাগ কৰে বা যাৰ দোয়োফালে প্রতিদ্বন্দী খেলুৱৈয়ে থিয় হৈ খেলে

ఉదాహరణ : টেনিছ খেলিবলৈ লʼৰাহঁতে খেলপথাৰত নেট বান্ধি আছে

పర్యాయపదాలు : জাল

అర్థం : ফুটবল, হকী আদি খেলত জালেৰ ঘেৰি বনোৱা গোল

ఉదాహరణ : তেওঁ বলটো গোলৰ জালত মাৰিলে

పర్యాయపదాలు : গোল-নেট, জাল

అర్థం : কম্পিউটাৰ সম্বন্ধী এক সার্বভৌম প্রণালী যাৰ দ্বাৰা কম্পিউটাবোৰৰ মাজত বার্তা প্রেৰণ কৰা হয়

ఉదాహరణ : ইন্টাৰনেটৰ সুবিধা নথকাৰ বাবে মই নিজৰ ই-মেইল চাব নোৱাৰো

పర్యాయపదాలు : ইন্টাৰনেট