సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : যʼত কোনো সোৱাদ নাই
ఉదాహరణ : আজিৰ আহাৰ সেৰসেৰীয়া হৈছে
పర్యాయపదాలు : বিৰস, সেৰসেৰীয়া, সেৰেকা, সোৱাদ নোহোৱা, স্বাদহীন
అర్థం : যিটো ৰুচিপূর্ণ নহয়
ఉదాహరణ : এইটো আপোনাৰ কাৰণে অৰুচিকৰ কাহিনী হৈছে যদিও মই ইয়াত আনন্দ পাইছোঁ
పర్యాయపదాలు : অসাৰ, অৰুচিকৰ, ৰসহীন, ৰুচিহীন
ఆప్ స్థాపించండి