సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : আকাশ ৰঙৰ বা নীল বৰণৰ
ఉదాహరణ : চিত্রকৰে প্রাকৃতিক দৃশ্যটো আঁকোতে আকাশত নীলা ৰং দিবলৈ পাহৰিলে
పర్యాయపదాలు : নীল বৰণ, নীল-ৰং, নীলত্ব, নীলা, নীলা ৰং
అర్థం : নীলা হোৱা অৱস্থা
ఉదాహరణ : স্বাতিৰ চকুৰ নীলাভখিনি গুচি গʼল
పర్యాయపదాలు : নীলত্ব
అర్థం : মুকলি ঠাইত ওপৰলৈ চালে যি শূন্য মণ্ডল দেখা পোৱা যায়
ఉదాహరణ : আকাশখন কʼলা ডাৱৰে আৱৰি আছে
పర్యాయపదాలు : অন্তৰীক্ষ, অভ্র, অম্বৰ, আকাশ, আসমান, খ, গগন, নভ, নভঃ, নভস, ব্যোম, শূন্য
ఆప్ స్థాపించండి