పేజీ చిరునామాను కాపీ చేయండి ట్విట్టర్‌లో భాగస్వామ్యం చేయండి వాట్సాప్‌లో భాగస్వామ్యం చేయండి ఫేస్బుక్లో భాగస్వామ్యం చేయండి
గూగుల్ ప్లే లో పొందండి
ఉదాహరణలు, పర్యాయపదాలు మరియు వ్యతిరేక పదాలతో অসমীয়া నిఘంటువు నుండి নিৰূপণ అనే పదం యొక్క అర్థం.

নিৰূপণ   বিশেষ্য

అర్థం : কাৰোবাৰ আগত কোনো বিচাৰ বা মন্তব্য ভালদৰে উপস্থাপন কৰা কার্য ্বা ভাব

ఉదాహరణ : এই কবিতাত কবিয়ে মাতৃত্ব ভাবৰ নিৰূপণ সুন্দৰভাৱে কৰিছে

పర్యాయపదాలు : ৰূপায়ণ

అర్థం : নিজৰ মত প্রতিপাদন কৰিবৰ কাৰণে প্রমাণ সহকাৰে কোৱা কোনো কার্য

ఉదాహరణ : বৈজ্ঞানিকে নিজৰ নতুন মতৰ প্রতিপাদন কৰিলে

పర్యాయపదాలు : উপস্থাপন, প্রতিপাদন, প্রমাণ কৰা

అర్థం : যি যোগ্যতা, সামর্থ্য, গুণাগুণ, পৰিমাণ, কৃতিত্ব আদিৰ বিচাৰ কৰে

ఉదాహరణ : গুৰু ৰামদাসে শিষ্যৰ পৰীক্ষা লʼবৰ কাৰণে তেওঁলোকক বাঘিনীৰ গাখীৰ আনিবলৈ দিলে

పర్యాయపదాలు : পৰখ, পৰীক্ষণ, পৰীক্ষা, পৰীক্ষা-নিৰীক্ষা