అర్థం : সকলো কথা-বতৰা ঠিকে আছেনে নাই তাক চোৱা-চিতা কৰা কার্য
ఉదాహరణ :
এই কামটোৰ তদাৰক ৰামে কৰিছে
పర్యాయపదాలు : চোৱা-চিতা, তদাৰক, পর্যবেক্ষণ
అర్థం : কোনো কাম, কথা বা ব্যৱহাৰ আদিৰ সূক্ষ্মভাৱে বিচাৰ কৰা কার্য
ఉదాహరణ :
তেওঁ কৃষি কার্যৰ নিৰীক্ষণ কৰি আছিল
పర్యాయపదాలు : পর্যবেক্ষণ