సభ్యుడిగా అవ్వండి
పేజీ చిరునామా క్లిప్బోర్డ్కి కాపీ చేయబడింది.
అర్థం : আশাৰ অভাৱ
ఉదాహరణ : নিৰাশাই মন আৱৰি ৰাখিলে সফলতা লাভ কৰা কঠিন হৈ পৰে
పర్యాయపదాలు : আশাভঙ্গ, আশাশূন্যতা, নিৰাশা, নৈৰাশ, নৈৰাশ্য, মোহভঙ্গ, মোহমুক্তি, হতাশা
అర్థం : যাৰ আশা নোহোৱা হৈ গৈছে
ఉదాహరణ : মহেশে যিকোনো কামতে নিৰাশ হৈ হাৰ মানি লয়
పర్యాయపదాలు : আশাহীন
అర్థం : যি আশা হেৰুৱাই পেলাইছে বা যাৰ আশা নষ্ট হৈছে
ఉదాహరణ : বিদ্যালয়ত নামভর্তিৰ সুবিধা নোপোৱাৰ কাৰণে শ্যাম হতাশ হৈ পৰিছে
పర్యాయపదాలు : আশাশূন্য, আশাহীন, নিভাৰসা, ভগ্নমনা, ভগ্নমনোৰথ, ভগ্নাশা, হতাশ
ఆప్ స్థాపించండి