అర్థం : যʼত কোনো ধৰণৰ বিপদ হোৱাৰ সম্ভাৱনা নাথাকে
ఉదాహరణ :
তেওঁ নিৰাপদ জীৱন অতিবাহিত কৰি আছে
అర్థం : হানি নোহোৱাকৈ থকা এক স্থিতি বা পৰিস্থিতি
ఉదాహరణ :
আন্ধাৰ হোৱাৰ আগতেই আমি এক সুৰক্ষিত ঠাইত গৈ উপনীত হʼলো
పర్యాయపదాలు : সুৰক্ষিত
అర్థం : যʼত অনাহক আশংকা নাথাকে
ఉదాహరణ :
নিৰাপদ ভৱিষ্যতৰ কল্পনা সকলোৱেই কৰে